এইবোৰ লক্ষণ দেখিলে আজিয়েই ব্লাড ছুগাৰ পৰীক্ষা কৰাওক

0
623
বৰ্তমান বিশ্বত ভয়াৱহভাৱে ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ প্ৰত্যেকদিনে অগণন লোক এই ৰোগৰ চিকাৰ হৈছে৷ ভয়ংকৰ ব্যাধিৰূপে দেখা দিছে এইবিধ ‘অজ্ঞাতে অহা’ বেমাৰে৷ ভেজাল খাদ্য, জাংকফুডৰ আকৰ্ষণ, আৰামী জীৱন-যাপন, মানসিক চাপ, প্ৰতিকূল পৰিৱেশ আদিয়েই এই ৰোগৰ প্ৰধান কাৰণ৷ সেয়েহে আপোনাৰ দেহত কিছুমান লক্ষণে দেখা দিলে পলম নকৰি আজিয়েই ব্লাড ছুগাৰ পৰীক্ষা কৰাওক৷ এনেধৰণৰ সাৱধানতাই আপোনাৰ জীৱন বচাব পাৰে৷ সেয়েহে জানো আহক আপুনি শৰীৰত এনে কি লক্ষণ দেখা দিলে ছুগাৰ টেষ্ট কৰিব৷

(১) ডায়েবেটিছ ৰোগীয়ে কি খোৱা উচিত, সেই সম্পৰ্কে খুব সতৰ্ক থকা দৰকাৰ৷ খাদ্যাভ্যাসৰ সামান্য অসাৱধানতা হ’লেই এনে লোকৰ তেজত ছুগাৰৰ মাত্ৰা বাঢ়ি যাব পাৰে৷ সেয়েহে এজন ডায়েবেটিছ ৰোগীয়ে যথেষ্ট সংযতভাৱে জীৱন-যাপন কৰা উচিত৷

Diabetes Diet: The Best Way to Eat for Type 2 Diabetes - Three diet strategies to help anyone diagnosed with prediabetes or type 2 diabetes become wiser about controlling your blood sugar,


(২) হঠাতে খুব ক্লান্ত অনুভৱ কৰা, অলপ খোজ কাঢ়িলেই ভাগৰ লগা, শৰীৰ অৱসাদগ্ৰস্ত আদিবোৰ ডায়েবেটিছ ৰোগ কাৰণ হ’ব পাৰে৷

Article: Remote working: Causing fatigue rather than comfort — People Matters


(৩) হাত-ভৰিৰ জিন্‌জিন্‌নি, শৰীৰৰ সিৰা-উপসিৰাবোৰ টানি ধৰা, কথাই কথাই খং উঠা আদিবোৰ এই ৰোগৰ কাৰণ৷

Every now and then, I get some tingling in my feet that lasts for a few minutes, but it is very noticeable. I can just be sitting normally, no legs crossed, when


(8) আপোনাৰ লগাতকৈ বেছি পৰিমাণে প্ৰস্ৰাৱ হোৱা বা পানীৰ পিয়াহ লাগি থকা কাৰকবোৰো ডায়েবেটিছ ৰোগৰ প্ৰাথমিক লক্ষণ বুলি ধৰা হয়৷

Blood pressure: Doctor explains why some men faint when they urinate | Express.co.uk


(৫) গালত গুটি উঠা, ছালৰ ৰং শেঁতা পৰা, কোনো কাৰণ নোহোৱাকৈ ছাল ৰঙা পৰা আদি ছালৰ বিভিন্ন সমস্যাই দেখা দিলে আপুনি ব্লাড ছুগাৰৰ পৰীক্ষা কৰা উচিত৷

Forehead acne and pimples: Causes, treatment, and prevention


(৬) হঠাৎ চকুৰ বিকাৰ হোৱা বা চকুৰে কম দেখা পোৱা আদিয়েই ডায়েবেটিছ ৰোগৰ লক্ষণ হ’ব পাৰে৷

7 Causes of Low Vision - Better Vision Guide


(৭) আপোনাৰ শৰীৰৰ যদি হঠাতে ওজন বাঢ়ি যায় বা শৰীৰৰ ওজন কমি যায়৷ তেন্তে পলম নকৰি আপুনি ব্লাড ছুগাৰৰ পৰীক্ষা কৰাই লওক৷

100% Accurate Mechanical Weighing Human Rotating Dial Scale Daily or regular weight measurement helps you control your weight and manage your health ( TIMBANGAN ) | Lazada PH

LEAVE A REPLY

Please enter your comment!
Please enter your name here